ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ চিন্দেৰ নতুন দল গঠনৰ প্ৰস্তুতি !

author img

By

Published : Jun 22, 2022, 1:09 PM IST

Eknath Shinde
Eknath Shinde

একনাথ চিন্দেৰ বিদ্ৰোহে (Eknath Shinde's rebellion) ইতিমধ্যে দেশৰ ৰাজনৈতিক পৰিৱেশ কঁপাই তুলিছে । মহাৰাষ্ট্ৰৰ লগতে চুৰাটত এক নাটকীয় ৰাজনৈতিক বাতাবৰণ গঢ়ি উঠিছিল (Dramatic political developments took place in Maharastra)। একনাথ চিন্দেৰ সৈতে বিদ্ৰোহী বিধায়কসকলৰ এখন ফটো ইতিমধ্যে ভাইৰেল হৈছে (photo of MLAs with Eknath Shinde viral)। লগতে চিন্দেয়ে এক স্বতন্ত্ৰ দল গঠনৰ প্ৰস্তুতি চলাই আছে ।

নিউজ ডেস্ক, ২২ জুন : মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী একনাথ নেতা চিন্দেৰ বিদ্ৰোহে (Shiv Sena rebel leader Eknath Shinde) লৈছে নতুন মোৰ । ইতিমধ্যে তেওঁৰ সমৰ্থনত থকা ৪০ বিধায়কসহ গুৱাহাটীত বাহৰ পতা একনাথ চিন্দেই এক নতুন পদক্ষেপ ল'বলৈ আগবঢ়া বুলি জানিব পৰা গৈছে (Shinde with rebel MLA's at Guwahati) ।

বিসম্বাদী নেতাজনে এক পৃথক দল গঠনৰ পদক্ষেপ গ্ৰহণ কৰিছে (Eknath Shinde going to form independent group) । এই সন্দৰ্ভত চিন্দেৰ নেতৃত্বত এখন পত্ৰ প্ৰস্তুত কৰা হৈছে আৰু ইয়াত আটাইকেইগৰাকী বিসম্বাদী বিধায়কে যে স্বাক্ষৰ কৰিব সেইটো বুজা গৈছে ।

উল্লেখ্য, একনাথ চিন্দেৰ বিদ্ৰোহে (Eknath Shinde's rebellion) ইতিমধ্যে দেশৰ ৰাজনৈতিক পৰিৱেশ কঁপাই তুলিছে । মহাৰাষ্ট্ৰৰ লগতে চুৰাটত এক নাটকীয় ৰাজনৈতিক বাতাবৰণ গঢ়ি উঠে(Dramatic political developments took place in Maharastra)।

একনাথ চিন্দেৰ সৈতে বিদ্ৰোহী বিধায়কসকলৰ এখন ফটো ইতিমধ্যে ভাইৰেল হৈছে (photo of MLAs with Eknath Shinde viral) । লগতে চিন্দেয়ে এক স্বতন্ত্ৰ দল গঠনৰ প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে । চিন্দেক এই স্বতন্ত্ৰ গোটটোৰ বাবে ৩৭ জন বিধায়ক লাগে । কিন্তু চিন্দেৰ দাবী, তেওঁৰ লগত ৪০ জন বিধায়ক আছে (Shinde claiming to have 40 MLAs) ।

শেহতীয়াভাৱে চিন্দেৰ সৈতে বিধায়কসকলৰ এটা ভিডিঅ' আৰু এখন ফটো ভাইৰেল হৈছে (video of MLAs with Shinde viral) । উক্ত ভিডিঅ'টোত বিধায়ককেইজনে বিবৃতিটোত স্বাক্ষৰ কৰা দেখা গৈছে । সেয়েহে তাৰ পৰা অনুমান, যদি শিণ্ডেই প্ৰয়োজনীয় ভোটৰ কোটা পূৰণ কৰিব পাৰে, তেন্তে শীঘ্ৰেই ৰাজভৱনলৈ স্বতন্ত্ৰ দল গঠন সম্পৰ্কে পত্ৰ প্ৰেৰণৰ সম্ভাৱনা আছে (Letter of independent group to Raj Bhavan) ।

উল্লেখ্য, একনাথ চিন্দেয়ে তেওঁৰ সমৰ্থক বিধায়কসকলৰ সৈতে চুৰাটলৈ যোৱাৰ (Eknath Shinde went to Surat) পিছত বিজেপি নেতাসকল পোনে পোনে গৈ গুজৰাটত উপস্থিত হয় (BJP leaders reached Gujarat) । আনহাতে, ৰাজ্যখনৰ বিৰোধী নেতা দেৱেন্দ্ৰ ফাড়নাৱিছ গৈ দিল্লীত উপস্থিত হয় (Devendra Fadnavis reached Delhi) ।

এয়া নিশ্চিতভাৱে এক ৰাজনৈতিক অংক বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত । তাৰ মাজতে জানিব পৰা গৈছে যে বিজেপি বিধায়কসকলক মুম্বাইলৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে । ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে, ৰাজ্যখনত এক ডাঙৰ ৰাজনৈতিক উত্থান বা পতন ঘটিবলৈ আগবাঢ়িছে (big upheaval in the Maharastra) ।

লগতে পঢ়ক :MAHA politcal drama : ৰেডিচন ব্লুৰ কোঠাত মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.