ETV Bharat / bharat

বিজেপিত যোগদান কৰিব মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে

author img

By

Published : Jan 18, 2022, 9:58 PM IST

ইটিভি ভাৰত এক্সক্লুছিভ ব্ৰেকিং মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে কাইলৈ দিল্লীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা দেখা দৈছে (Mulayam's younger daughter in law might join BJP) ৷ তেওঁৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে কেইবাজনো জ্যেষ্ঠ নেতাৰ ৷

mulayams-younger-daughter-in-law-might-join-bjp
বিজেপিত যোগদান কৰিব মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে

নিউজ ডেস্ক, 18 জানুৱাৰী : ইটিভি ভাৰত এক্সক্লুছিভ ব্ৰেকিং মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে কাইলৈ দিল্লীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা দেখা দৈছে (Mulayam's younger daughter in law might join BJP) ৷ তেওঁৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে কেইবাজনো জ্যেষ্ঠ নেতাৰ ৷ সমাজবাদী পাৰ্টীৰ বাবে বিজেপিয়ে দিব পৰা এইয়া এক মোক্ষম আঘাট হিচাপে বিবিচিত হৈছে (Big loss for Samajbadi party ) ৷

উল্লেখ্য যে, অপৰ্ণা সিং যাদৱ প্ৰায়ে তেওঁৰ বক্তব্যৰ বাবে বাতৰিৰ শিৰোনামত থাকে আৰু বিজেপিৰ ওপৰত সদায় তেওঁৰ এক নৰম স্থিতি দেখা পোৱা যায় । অপৰ্ণা যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কামৰো প্ৰশংসা কৰি আহিছে । সূত্ৰ অনুসৰি বিজেপিয়ে তেওঁক ৰাজধানী লক্ষ্ণৌৰ কেণ্ট বিধানসভা আসনৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : আইএনএছ ৰণবীৰৰ কম্পাৰ্টমেণ্টত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুৱালে ৩ জন নৌসেনা জোৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.