ETV Bharat / bharat

Covid symptoms in children: শিশুৰ ক্ষেত্ৰত Long-changing Covidৰ লক্ষণ কি কি হ'ব পাৰে

author img

By

Published : Dec 6, 2022, 4:37 PM IST

Long-changing Covid symptoms in children
শিশুৰ ক্ষেত্ৰত Long-changing Covidৰ লক্ষণ কি কি হ'ব পাৰে

এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে শিশু আৰু কিশোৰ-কিশোৰীৰ দীৰ্ঘদিনীয়া Covid লক্ষণসমূহ সময়ৰ লগে লগে সলনি হ’ব পাৰে ।

এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে ক'ভিডৰ পিছত শিশুৰ দেহত বহু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । covidৰ পৰা সুস্থ হৈ উঠাৰ পিছতো শিশুসকল পূৰ্বৰ দৰে সক্ৰিয় হৈ নাথাকে(Long-changing Covid symptoms in children) ।

অধ্যয়নে কি কয়: এক অধ্যয়নত এই সিদ্ধান্ত লোৱা হৈছে যে শিশু আৰু কিশোৰ-কিশোৰীৰ সময়ৰ লগে লগে পুৰণি Covidৰ লক্ষণসমূহ সলনি হ’ব পাৰে । এই সবিশেষ তথ্য প্ৰকাশ পাইছে চিকিৎসা বিজ্ঞানৰ আগশাৰীৰ আলোচনী লেন্সেটত(Covid symptoms in children) । ১১ৰ পৰা ১৭ বছৰ বয়সৰ ভিতৰৰ ৫,০৮৬টা শিশুৰ ওপৰত এই গৱেষণা কৰা হৈছে(Covid symptoms in children) ।

২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা বিগত বছৰৰ মাৰ্চ মাহৰ ভিতৰত তেওঁৰ Covid diagnostic test কৰা হৈছিল । ইয়াৰে ২,৯০৯জন লোকৰ কৰ’না পজিটিভ আৰু ২,১৭৭জন লোকৰ দেহত নিগেটিভ পোৱা গৈছিল(Children Coronavirus) ।

Covidত আক্ৰান্ত লোকসকলক ছমাহৰ পৰা এবছৰৰ পিছত তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কে সোধ-পোছ কৰা হৈছিল । উশাহ লোৱাত কষ্ট পোৱা আৰু ভাগৰুৱা হোৱাকে ধৰি ২১টা প্ৰকাৰৰ লক্ষণৰ বিষয়ে সোধা হৈছিল(COVID symptoms in kids 2022) ।

বিজ্ঞানীসকলে কয় যে এবছৰৰ ভিতৰত এই লক্ষণসমূহ সলনি হৈ আছে । কিছুমান ক্ষেত্ৰত প্ৰথম বিকাৰবোৰ কম হৈছে আৰু নতুন বিকাৰৰ আবিৰ্ভাৱ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ১০.৯ শতাংশ লোকৰ দেহত এবছৰৰ বাবে হ'লেও ক্লান্তিৰ লক্ষণ দেখা গৈছিল(How long does COVID cough last in kids) । যদি আপোনাৰ সন্তানেও ভাগৰুৱা অনুভৱ কৰিছে তেন্তে তেওঁ বহুদিন Covidৰ কবলত থাকিব পাৰে(symptoms of covid19) । শিশুৰ আচৰণৰ পৰিৱৰ্তনৰ উপৰিও যদি তেওঁলোকে মনত ৰখা বা মনোযোগ দিবলৈ অসুবিধা পাইছে তেন্তে আপুনি সজাগ হোৱাটো প্ৰয়োজন(Covid diagnostic test)।

লগতে পঢ়ক: Covid-19: RITৰ বিজ্ঞানীৰ মতে এতিয়াও কমা নাই ক'ভিডৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.