ETV Bharat / bharat

জম্মু কাশ্মীৰত পুনৰ মাৰাণাস্ত্ৰসহ আটক এজন সন্ত্ৰাসবাদী

author img

By

Published : Sep 3, 2022, 12:56 PM IST

জম্মু কাশ্মীৰত পুনৰ মাৰাণাস্ত্ৰসহ আটক এজন সন্ত্ৰাসবাদী (Hybrid militant arrested in Kashmirs Sopore) ৷ ছ’পুৰ মহকুমাৰ অন্তৰ্গত কুপোৱাৰা পথত শুকুৰবাৰে সন্ধিয়া আৰক্ষী, সেনাবাহিনী আৰু চি আৰ পি এফৰ যৌথ অভিযানত আটক হয় সন্ত্ৰাসবাদীটো ৷ অভিযান কালত জব্দ হয় ১ টা পিষ্টল, ১ টা মেগজিন আৰু পিষ্টলৰ ৮ ৰাউণ্ড গুলী ৷

LeT hybrid militant arrested in Kashmir Sopore
জম্মু কাশ্মীৰত পুনৰ মাৰাণাস্ত্ৰসহ আটক এজন সন্ত্ৰাসবাদী

  • জম্মু কাশ্মীৰত পুনৰ মাৰাণাস্ত্ৰসহ আটক এটা সন্ত্ৰাসবাদী (Hybrid militant arrested in Kashmirs Sopore)
  • ছ’পুৰ মহকুমাৰ অন্তৰ্গত কুপোৱাৰা পথত শুকুৰবাৰে সন্ধিয়া আৰক্ষী, সেনাবাহিনী আৰু চি আৰ পি এফে চলোৱা যৌথ অভিযানত আটক সন্ত্ৰাসবাদীটো
  • অভিযান কালত জব্দ হয় ১ টা পিষ্টল, ১ টা মেগজিন আৰু পিষ্টলৰ ৮ ৰাউণ্ড গুলী
  • আটকাধীন সন্ত্ৰাসবাদীটোৰ নাম ছাকিব ছাকিল দাৰ বুলি জানিব পৰা গৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.