ETV Bharat / bharat

Grenade hurled at CRPF vehicle: চিআৰপিএফৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গ্ৰেণেড নিক্ষেপ

author img

By

Published : Jan 2, 2023, 12:38 PM IST

জম্মু কাশ্মীৰত অশান্ত জৰ্জৰিত পৰিৱেশ ৷ দেওবাৰে নিশা শ্ৰীনগৰৰ এম কে চকত দুৰ্বৃত্তই চিআৰপিএফৰ বাহনলৈ গ্ৰেণেড নিক্ষেপ কৰে (Grenade hurled at CRPF vehicle) ৷ গ্ৰেণেডটো লক্ষ্যচ্যুত হোৱাত কথমপি ৰক্ষা পৰে চিআৰপিএফৰ বাহনখন ৷

J&K: Grenade hurled at CRPF vehicle in Srinagar misses target
চিআৰপিৰ বাহনলৈ গ্ৰেণেড নিক্ষেপ

  • অশান্ত জম্মু কাশ্মীৰ
  • ইয়াৰ মাজতে দেওবাৰে নিশা শ্ৰীনগৰত চিআৰপিএফৰ বাহনলৈ দুৰ্বৃত্তৰ গ্ৰেণেড নিক্ষেপ (Grenade hurled at CRPF vehicle)
  • শ্ৰীনগৰৰ এম কে চকত সংঘটিত হৈছিল এই ঘটনা
  • অৱশ্যে গ্ৰেণেডটো লক্ষ্যচ্যুত হোৱাত কথমপি ৰক্ষা পৰে চিআৰপিএফৰ বাহনখন
  • গ্ৰেণেডৰ স্প্লিণ্টাৰে স্থানীয় যুৱক এজনক কিছু পৰিমানে আঘাতপ্ৰাপ্ত কৰে
  • গ্ৰেণেড নিক্ষেপ কৰা দুৰ্বৃত্তৰ সন্ধানত শ্ৰীনগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান (Srinagar Police)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.