ETV Bharat / bharat

Indian Army Chopper Crashed : কোন কোন আছিল অভিশপ্ত হেলিকপ্টাৰখনত ?

author img

By

Published : Dec 8, 2021, 3:16 PM IST

Updated : Dec 8, 2021, 5:34 PM IST

তামিলনাডুৰ কুন্নুৰ অঞ্চলত সংঘটিত হৈছে এটা হেলিকপ্টাৰ দুৰ্ঘটনা ৷ জানক কোন কোন আছিল এই অভিশপ্ত হেলিকপ্টাৰখনত ৷

Indian Army Chopper crashed
Indian Army Chopper crashed

নিউজ ডেস্ক, 8 ডিচেম্বৰ : তামিলনাডুৰ কইম্বাটোৰ আৰু চুলুৰৰ মাজৰ কুন্নুৰ অঞ্চলত সংঘটিত হৈছে এটা হেলিকপ্টাৰ দুৰ্ঘটনা ৷ ভূ-পতিত হৈছে বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখন ৷ চুলুৰ বায়ুসেনা চাউনীৰ পৰা ৱেলিংটন অভিমুখে গৈ আছিল হেলিকপ্টাৰখন ৷ এই হেলিকপ্টাৰখনত আছিল-

চি ডি এছ জেনেৰেল বিপিন ৰাৱাট

মধুলিকা ৰাৱাট (বিপিন ৰাৱাটৰ পত্নী)

ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ

লেঃ কৰ্ণেল হৰ্জিন্দাৰ সিং

নায়ক গুৰসেৱক সিং

নায়ক জিতেন্দ্ৰ কুমাৰ

লেঞ্চ নায়ক বিবেক কুমাৰ

লেঞ্চ নায়ক বি চাই তেজা

হাবিলদাৰ সতপাল

উল্লেখ্য যে, হেলিকপ্টাৰখনত 14 গৰাকী যাত্ৰী থকা বুলি কোৱা হৈছে যদিও বৰ্তমানলৈকে 13 জনৰ মৃত্যুৰ তথ্য পোৱা গৈছে ৷

লগতে পঢ়ক : Indian Army Chopper Crash : সেনাপ্ৰধান বিপিন ৰাৱটে যাত্ৰা কৰা হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত, নিহত তিনি

Last Updated :Dec 8, 2021, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.