ETV Bharat / bharat

Daily Horoscope for 16th April: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Apr 16, 2022, 5:02 AM IST

Updated : Apr 16, 2022, 1:00 PM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-16th-april
Daily Horoscope for 16th April: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: কোনো সু-সংবাদ লাভ কৰিব ৷ দিনটো প্ৰায় শুভ হ’ব ৷ সফলতা লাভ কৰিব ৷ কৰ্মজীৱনত ভাল বন্ধু লগ পাব ৷ প্ৰেমত মনোযোগ দিব ৷ প্ৰশংসা লাভ ৷ শুভ দিন ৷

বৃষ ৰাশি: সিদ্ধান্ত লওতে খেলিমেলি হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফল হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ কৰ্ম ব্যস্ততা বৃদ্ধি হ’ব ৷ লক্ষ্যত সফল হʼব ৷ টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷ অধিক ধন উপাৰ্জন কৰিব ৷

মিথুন ৰাশি: হঠাৎ কোনো সিদ্ধান্ত নল’ব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কোনো বিষয়ত মানসিক চিন্তাই আগুৰি থাকিব ৷

কৰ্কট ৰাশি: খৰচ বৃদ্ধি ৷ কর্ম ব্যস্ততা বৃদ্ধি পাব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷ লক্ষ্যত সফল হʼব ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থকাই ভাল ৷

সিংহ ৰাশি: দিনটো কঠিন দিন হʼব ৷ কোনো কোনো ক্ষেত্ৰত সিদ্ধান্ত লওতে খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব ৷ ইয়ে কর্মক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কৰ্মব্যস্ততা বৃদ্ধি পাব ৷

কন্যা ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷ শুভ দিন ৷ নিজৰ ওপৰত আশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সহজতে সফল হ’ব ৷ বিয়া আৰু সংযোগত শুভ ৷

তুলা ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ সিদ্ধান্ত লওতে খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো প্ৰায় ভাল হ’ব ৷ প্ৰেমত শুভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

বৃশ্চিক ৰাশি: নিজৰ ওপৰত আশ্বাস আৰু বিশ্বাস ৰাখিব ৷ লক্ষ্যত সফল হʼব ৷ দিনটো প্ৰায় ভালে যাব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লʼব ৷ ব্যক্তিগত জীৱনত সুখী হ’ব ৷ প্ৰেমত শুভ ৷

ধনু ৰাশি: হতাশ নহ'ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল পাব ৷ যি ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷

মকৰ ৰাশি: নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিব ৷ প্ৰেমৰ সম্পর্কই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷

কুম্ভ ৰাশি: খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ প্ৰেমত শুভ ৷

মীন ৰাশি: সপোনবোৰ পূৰ্ণ হ’ব ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰিব পাৰে ৷ কৰ্মত সফলতা লাভ কৰিব ৷ লক্ষ্যত সফল হ’ব ৷ প্ৰশংসা লাভ ৷ প্ৰেমত শুভ ৷ দিনটো প্ৰায় ভাল হ’ব ৷

Last Updated : Apr 16, 2022, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.