ETV Bharat / bharat

আমি ভাৰতীয় চিনেমাৰ কথা নজনাটো আমাৰ দোষ নহয়: জন বেইলী

author img

By

Published : May 27, 2019, 10:08 AM IST

আমি ভাৰতীয় চিনেমাৰ কথা নাজানো আৰু ই আমাৰ দোষ নহয়: জন বেইলী

ভাৰতত প্ৰতি বছৰে প্ৰায় 1800 খন ছবি নিৰ্মাণ কৰা হয় যি হলিউদৰ তুলনাত প্ৰায় চাৰি গুণতকৈ বেচি ৷ মুম্বাইত একাডেমী অৱ ম’শ্বন পিকচাৰ আৰ্টচ এণ্ড ছাইঞ্চৰ কাৰ্যালয় স্থাপন কৰাৰ লক্ষ্যৰে উপস্থিত হোৱা জন বেইলীয়ে কয় যে মুম্বাইত এটা কাৰ্যালয় থাকিলে দক্ষিণ-পূব এচিয়াৰ বাবে সুবিধাজনক হ’ব ৷

নিউজ ডেস্ক, 27 মে’: একাডেমী অৱ ম’শ্বন পিকচাৰ আৰ্টচ এণ্ড ছাইঞ্চৰ সভাপতি জন বেইলীয়ে দেওবাৰে কয় যে ভাৰতে ভাৰতীয় কলা সংস্কৃতি চিনেমাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচাৰ কৰিব লাগিব ৷
তেওঁ কয় যে ভাৰতীয় চিনেমা উদ্যোগটো বহুত চহকী কিন্তু মানুহে এই উদ্যোগটোক অকল বলিউদৰ বাবেহে চিনি পায় ৷ এই চিনেমাবোৰে ভাৰতীয় কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই ৷ মুম্বাইত পত্নীৰ সৈতে উপস্থিত হৈ এই কথা প্ৰকাশ কৰে তেওঁ ৷
তেওঁ লগতে কয় যে ভাৰতত প্ৰতি বছৰ প্ৰায় 1800 খন ছবি নিৰ্মাণ কৰা হয় যি হলিউদৰ তুলনাত প্ৰায় চাৰি গুনতকৈ বেচি ৷ মুম্বাইত একাডমী অৱ ম’শ্বন পিকচাৰ আৰ্টচ এণ্ড ছাইঞ্চৰ কায্যালয় স্থাপন কৰাৰ লক্ষৰে উপস্থিত হোৱা জন বেইলীয়ে কয় যে মুম্বাইত এটা কায্যালয় থাকিলে দক্ষিন-পূব এচিয়াৰ বাবে সুবিধাজনক হ’ব ৷

লগতে পঢ়ক: প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বা আৰু নাই...

উল্লেখ্য যে বিগত বৰ্ষত একাডমীয়ে 56 খন দেশৰ পৰা 928 গৰাকী নতুন সদ্য অন্তৰ্ভূক্ত কৰিছিল ৷

JohnBailey_lqxOwP2.jpg
WE DONT KNOW INDIAN CINEMA AND IT'S NOT COMPLETELY OUR FAULT: ACADEMY PRESIDEN JOHN BAILEY

আমি ভাৰতীয় চিনেমাৰ কথা নাজানো আৰু ই আমাৰ দোষ নহয়: জন বেইলী

নিউজ ডেস্ক, 27 মে’: একাডমী অৱ ম’শ্বন পিকচাৰ আৰ্টচ এণ্ড ছাইঞ্চৰ সভাপতি জন বেইলীয়ে দেওবাৰে কয় যে ভাৰতে ভাৰতীয় কলা সংস্কৃতি চিনেমাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচাৰ কৰিব লাগিব ৷

তেওঁ কয় যে ভাৰতীয় চিনেমা উদ্যোগটো বহুত চহকী কিন্তু মানুহে এই উদ্যোগটোক অকল বলিউদৰ বাবেহে চিনি পায় ৷ এই চিনেমাবোৰে ভাৰতীয় কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই ৷ মুম্বাইত পত্নীৰ সৈতে উপস্থিত হৈ এই কথা প্ৰকাশ কৰে তেওঁ ৷

তেওঁ লগতে কয় যে ভাৰতত প্ৰতি বছৰ প্ৰায় 1800 খন ছবি নিৰ্মাণ কৰা হয় যি হলিউদৰ তুলনাত প্ৰায় চাৰি গুনতকৈ বেচি ৷ মুম্বাইত একাডমী অৱ ম’শ্বন পিকচাৰ আৰ্টচ এণ্ড ছাইঞ্চৰ কায্যালয় স্থাপন কৰাৰ লক্ষৰে উপস্থিত হোৱা জন বেইলীয়ে কয় যে মুম্বাইত এটা কায্যালয় থাকিলে দক্ষিন-পূব এচিয়াৰ বাবে সুবিধাজনক হ’ব ৷

উল্লেখ্য যে বিগত বৰ্ষত একাডমীয়ে 56 খন দেশৰ পৰা 928 গৰাকী নতুন সদ্য অন্তৰ্ভূক্ত কৰিছিল ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.