ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীক নিজ মন্তব্য ঘূৰাই ল'বলৈ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 29, 2020, 1:06 PM IST

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে দাবী উত্থাপন কৰি কয় যে,''প্ৰধানমন্ত্ৰী মোদী একমাত্ৰ প্ৰধানমন্ত্ৰী,যাৰ মন্তব্যক চীনে আদৰণি জনাইছে । লগতে তেওঁ কয় যে,''আহমেদাবাদত তেওঁ চীনা নেতৃত্বাধীনসকলৰ সৈতে আনন্দ উপভোগ কৰিছে,কিন্তু সীমাত দুয়োখন দেশৰ মাজত সংঘৰ্ষ হয় । প্ৰধানমন্ত্ৰীয়ে চীনৰ লক্ষ্য বুজা উচিত আছিল।''

গালৱান ভেলী সংঘৰ্ষ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ঘূৰাই ল'বলৈ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ
গালৱান ভেলী সংঘৰ্ষ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ঘূৰাই ল'বলৈ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৯ জুন : ১৯ জুন তাৰিখে হোৱা সৰ্বদলীয় বৈঠকত নিজৰ মন্তব্য ঘূৰাই লোৱাৰ ক্ষেত্ৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি কয় যে,য'ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল,''আমাৰ ক্ষেত্ৰত কোনো নাই আৰু লগতে আমাৰ পদ বন্দী কৰা হৈছে ।''

গালৱান ভেলী সংঘৰ্ষ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ঘূৰাই ল'বলৈ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ
গালৱান ভেলী সংঘৰ্ষ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ঘূৰাই ল'বলৈ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

দেওবাৰে মুখ্যমন্ত্ৰী গেহলতে ভিডিঅ' কনফাৰেন্সযোগে কয় যে, ’বিৰোধী দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে,চীনে আমাৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা নাই আৰু লগতে কোনো পদো দখল কৰা নাই । ভাৰতৰ মাত্ৰ এটাই দোষ। তেওঁলোকে জানি-বুজি বা নজনাকৈয়ে চীনক এখন প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে, যিখন চীনে বিচাৰিছিল । প্ৰমাণ পত্ৰখন দিয়াৰ আৱশ্যকতা নাছিল। সেইখন ঘূৰাই লোৱা উচিত ।''

প্ৰধানমন্ত্ৰী মোদীক নিজ মন্তব্য ঘূৰাই ল'বলৈ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী গেহলতে দাবী উত্থাপন কৰি কয় যে,’তেওঁ একমাত্ৰ প্ৰধানমন্ত্ৰী,যাৰ মন্তব্যক চীনে আদৰণি জনাইছে । লগতে তেওঁ কয় যে,’আহমেদাবাদত তেওঁ চীনা নেতৃত্বাধীনসকলৰ সৈতে আনন্দ উপভোগ কৰিছে,কিন্তু সীমাত দুয়োখন দেশৰ মাজত সংঘৰ্ষ হয় । প্ৰধানমন্ত্ৰীক চীনৰ লক্ষ্য বুজা উচিত আছিল ।''

লগতে পঢ়ক : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে চৰকাৰক দোষাৰোপ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.