ETV Bharat / bharat

সেনাবাহিনীৰ দায়িত্ব ল'ব ধোনীয়ে !

author img

By

Published : Jul 25, 2019, 7:40 PM IST

প্ৰাদেশিক সেনাৰ পেৰাচ্যুট ৰেজিমেন্ট(106 Para TA battalion)ত সেৱা আগবঢ়াব এম এচ ধোনীয়ে ৷ 31 জুলাইৰ পৰা 15 আগষ্টলৈ কাশ্মীৰত ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব ধোনীয়ে ৷ 38 বছৰীয়া ধোনীয়ে পেট্ৰলিং, গাৰ্ড পোষ্টত সেৱা আগবঢ়াব ৷

31 জুলাইৰ পৰা 15 আগষ্টলৈ কাশ্মীৰত ভাৰতীয় সেনাত সেৱা আগবঢ়াৰ ধোনীয়ে

নিউজ ডেস্ক, 25 জুলাই: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এচ ধোনীয়ে প্ৰাদেশিক সেনাৰ পেৰাচ্যুট ৰেজিমেন্ট(106 Para TA battalion)ত সেৱা আগবঢ়াব ৷ 31 জুলাইৰ পৰা 15 আগষ্টলৈ কাশ্মীৰত ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব ধোনীয়ে ৷ 38 বছৰীয়া ধোনীয়ে পেট্ৰলিং, গাৰ্ড পোষ্টত সেৱা আগবঢ়াব ৷ উল্লেখ্য যে, ভাৰতীয় খেল জগতৰ প্ৰতি ধোনীয়ে আগবঢ়োৱা অৱদানৰ বাবে ধোনীক প্ৰাদেশিক সেনাৰ সন্মানীয় লেফটেনেন্ট কৰ্ণেল পদ আগবঢ়োৱা হৈছিল ৷

  • Lieutenant Colonel (Honorary) MS Dhoni is proceeding to 106 Territorial Army Battalion (Para) for being with the Battalion from 31 Jul-15 Aug 2019. The unit is in Kashmir as part of Victor Force.He'll be taking duties of patrolling, guard&post duty and will be staying with troops pic.twitter.com/q7ddDR4fSk

    — ANI (@ANI) July 25, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় সেনাত সেৱা আগবঢ়াবৰ বাবে ৱেষ্ট ইণ্ডিজ চিৰিজৰ পৰা অব্যাহতি লৈছিলে ৷
Intro:Lt. Col M S Dhoni to serve in Kashmir, will stay with troops

New Delhi: Former Indian skipper Mahendra Singh Dhoni will going to serve in Kashmir with Indian Army's TA battalion. The senior cricketer holds the honorary rank of Lieutenant Colonel in Territorial Army unit of Para.

Dhoni will be deployed in the Kashmir valley as a part of victor force and will be proceeding to 106 TA Battalion (Para) for being with the battalion from July 31 to August 15.

During his training with Army, "He will be taking on the duties of patrolling, guard and post duty and would be staying with the troops." said a Army statement.

Dhoni has made himself unavailable for the upcoming West Indies and sought two months time to serve in the Indian Army.


Body:kindly use this.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.