ETV Bharat / bharat

মিজোৰামত মন্ত্ৰী পৰিষদৰ বৈঠকত 10 টা বিভাগৰ এজেণ্ডাৰ ওপৰত আলোচনা

author img

By

Published : Dec 29, 2020, 7:19 PM IST

মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাই মঙলবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰে ৷ যিখন বৈঠকত ৰাজ্যখনৰ 10 টা বিভাগৰ এজেণ্ডাৰ ওপৰত আলোচনা কৰা হয় ৷

Mizoram Chief Minister Zoramthanga chaired a meeting of the Council of Ministers today where agendas from over ten (10) departments were considered
মিজোৰামত মন্ত্ৰী পৰিষদৰ বৈঠকত 10 টা বিভাগৰ এজেণ্ডাৰ ওপৰত আলোচনা

আইজল, 29 ডিচেম্বৰ : মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাই মঙলবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰে ৷ যিখন বৈঠকত ৰাজ্যখনৰ 10 টা বিভাগৰ এজেণ্ডাৰ ওপৰত আলোচনা কৰা হয় ৷

বৈঠকত আলোচনা কৰা এজেণ্ডাবোৰ হৈছে :

  • মিজোৰাম ৰাজ্য উচ্চ শিক্ষা পৰিষদ সংশোধনী বিধেয়ক 2020
  • ৰাজ্যিক তথ্য আয়ুক্ত মিজোৰাম ( সেৱাৰ ক্ষেত্ৰত চৰ্ত আৰু নিয়ম ) 2012
  • মিজোৰাম শক্তি সংৰক্ষণ গৃহ নিৰ্মাণৰ সিদ্ধান্ত
  • মিজোৰামৰ Upapawl ৰ বাবে লাইপুইটাঙত PWD ৰ কিছু অংশ কৰ্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ
  • ব্যক্তিগত পশু চিকিৎসালয় আৰু ক্লিনিকৰ বাবে অনুজ্ঞাপত্ৰ বিধেয়ক 2020
  • মিজোৰাম ভৱন আৰু অন্যান্য নিৰ্মাণ কাৰ্যত ব্যৱহৃত শ্ৰমিক কল্যাণ নিয়ম সংশোধনী বিধেয়ক 2015
  • মিজোৰামৰ এৰ' ক্ৰীয়া নিয়ম 2020 আৰু পৰ্যটন বিভাগৰ ৰিভাৰ ৰিফটিং নিয়ম 2020
  • মিজোৰামৰ মাধ্যমিক বিদ্যালয় আৰু হাইস্কুলত কৰ্মৰত শিক্ষকৰ তিনি তৰপীয়া দৰমহা গাঁঠনি
  • মিজোৰামৰ জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) নিয়ম 2015 ৰ অধীনত জন্ম পঞ্জীয়নত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে ম্যাদ সম্প্ৰসাৰণ
  • মিজোৰামৰ কৃষি বিভাগ আৰু অন্য বিভাগৰ বাবে শীতলীকৃত ভঁৰালৰ ব্যৱস্থা কৰা

লগতে পঢ়ক : মটক জনগোষ্ঠীক অতিশীঘ্ৰেই জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.