ETV Bharat / bharat

মামল্লাপুৰম সন্মিলন : চেন্নাইত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Oct 11, 2019, 1:31 PM IST

আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিং ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷ তামলিনাডুৰ মামল্লাপুৰমত মোডীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং ৷

Mamallapuram summit

  • দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং
  • শুকুৰবাৰে দুপৰীয়া চেন্নাইত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী
  • তামলিনাডুৰ মামল্লাপুৰমত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং
    মামল্লাপুৰম সন্মিলন:আটক তিব্বতী প্ৰতিবাদকাৰী
  • ইয়াৰ বাবে তামিলনাডুত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী
  • ঝি জিনপিঙৰ আগমণৰ পূৰ্বে তামিলনাডুত আটক তিব্বতিয়ান প্ৰতিবাদকাৰী
  • চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনে-পোনে ITC হোটেললৈ যাত্ৰা কৰিব ঝি জিনপিঙে
    ITC হোটেলৰ পৰিৱেশ
  • মামল্লাপুৰমত মোডীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং
  • শনিবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী
  • এই বৈঠকত বিভিন্ন নীতিৰ লগতে জম্মু-কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰক লৈ সৃষ্টি হোৱা বাদ-বিপদৰ ওপৰতো আলোচনা হোৱাৰ সম্ভাৱনা
  • চীনৰ ৰাষ্ট্ৰপতি আগমনক লৈ তামিলনাডুৰ উপকূলীয় অঞ্চলত সষ্টম ভাৰতীয় নৌ-সেনা বাহিনী
    তামিলনাডুৰ উপকূলীয় অঞ্চলত ভাৰতীয় নৌ সেনা বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.