ETV Bharat / bharat

জম্মু-কাশ্মীৰক লৈ বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত

author img

By

Published : Aug 22, 2019, 7:09 PM IST

শুকুৰবাৰে জম্মুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় ৷ জম্মু-কাশ্মীৰ বিজেপিৰ দ্বাৰা আহ্বান জনোৱা সভাখনত মন্ত্ৰী-বিধায়ককে ধৰি বহুসংখ্যক বিজেপি কাৰ্যকৰ্তা উপস্থিত থাকে ৷

জম্মু-কাশ্মীৰক লৈ বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত

নিউজ ডেস্ক, 22 আগষ্টঃ জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ শুকুৰবাৰে জম্মুস্থিত বিজেপি কাৰ্যালয়ত এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় ৷ সভাত জম্মু-কাশ্মীৰৰ বহুসংখ্যক বিজেপি কৰ্মকৰ্তাকে ধৰি মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকে ৷

জম্মু-কাশ্মীৰক লৈ বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত

সভাত জম্ম-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত বিশদভাৱে আলোচনা অনুষ্ঠিত হয় ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তা বিনোদ সোনকৰে সভাত বিজেপিৰ ৰণনীতিৰ বিষয়ে উল্লেখ কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সোনকৰে অনুচ্ছেদ 370 দেশৰ বাবে এক কলংক আছিল বুলি উল্লেখ কৰে ৷ জম্মু-কাশ্মীৰক কলংকমুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে সোনকৰে ৷ বিৰোধী নেতাক গৃহবন্দী কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰাত কোনো নেতাকে গৃহবন্দী কৰা হোৱা নাই বুলি কৈ ভয়তে সেইসকলৰ নেতাই নিজ গৃহত সোমাই আছে বুলি কয় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ ইন্টাৰনেটকে ধৰি অন্যান্য সেৱাসমূহ বন্ধ কৰা সন্দৰ্ভত সেয়া অস্থায়ী বুলি উল্লেখ কৰি পৰিস্থিতি ধীৰে ধীৰে সামান্য হৈ পৰিব বুলি কয় বিনোদ সোনকৰে ৷

Intro:जम्मू में भारतीय जनता पर्टी कार्यलय में गुरुवार को संगंठन बैठक बुलाई गई...इस बैठक में बीजेपी प्रदेश आलाकमान समेत पूर्व विधायक और मंत्री समेत्वके बीजेपी कार्यकर्ता उपस्थित रहे ...


Body:इस बैठक को सम्बोधिर करने बीजेपी के संगठन चुनावों के राष्ट्रीय को-इंचार्ज विनोद सोनकर जम्मू फिनचे और उन्होंने कार्यक्रम की शुरुआत दीप प्रज्वलित कर की....


Conclusion:वहीं इस दौरान सोनकर ने मीडिया से बात करते हुए कहा कि 370 जैसे कलंक को देश से खत्म करने का मादा पीएम मोदी और गृहमंत्री अमित शाह में ही था और आज जम्मू कश्मीर उससे मुक्त हो गया है....इसके साथ ही विपक्ष के नेताओं को घरों में नजरबंद करने पर बोलते हुए कहा कि किसी भी नेता को नज़रबंद नहीं किया है बल्कि वो नेता खुद ही घरों से बाहर नहीं आना चाहते हैं...जम्मू कश्मीर में इंटरनेट सेवाएं पहले भी कई बार अस्थायी तौर पर बन्द की जाती रही हैं और जैसे कि हालात धीरे धीरे सामान्य हो रहे हैं तो वैसे जल्द ही जम्मू कश्मीर में सब कुछ सही हो जाएगा....
बाइट... विनोद सोनकर, नेता बीजेपी...
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.