ETV Bharat / bharat

ভাৰত-ভূটানৰ মাজত পৰিৱেশ সম্পৰ্কীয় চুক্তি স্বাক্ষৰ

author img

By

Published : Jun 3, 2020, 9:38 PM IST

India, Bhutan sign MoU on environment cooperation
ভাৰত-ভূটানৰ মাজত পৰিৱেশ সম্পৰ্কীয় চুক্তি স্বাক্ষৰ

বুধবাৰে ভাৰত-ভূটানৰ মাজত এখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হয় ৷ উক্ত চুক্তিৰ জৰিয়তে দেশ দুখনৰ মাজত পৰিৱেশৰ বাতাবৰণ আৰু বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰা হয় ৷

নিউজ ডেস্ক, 3 জুন : বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলে ভাৰত-ভূটানৰ মাজত নিৰাপত্তা,জলবায়ু পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত এখন চুক্তি স্বাক্ষৰ কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত কৰা হয় চুক্তিখন ৷ চুক্তি স্বাক্ষৰিত কৰি দুয়োখন দেশে পৰিৱেশ পাৰস্পৰিকতা আৰু অধিক দৃঢ় হ'ব বুলি বিশ্বাসী ৷

উক্ত চুক্তিখন সম্পূৰ্ণ 10 বছৰৰ বাবে কাৰ্যকৰী হ'ব বুলি দুয়োখন দেশৰ সদস্যই জানিবলৈ দিয়ে ৷ চুক্তিখনৰ সকলো দফা চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠানত কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.