ETV Bharat / bharat

বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

author img

By

Published : Dec 1, 2020, 1:44 PM IST

বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ অমিত শ্বাহ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে থকাৰ কথা আছিল ৷

Home Minister Amit Shah not to attend BSF raising day event
বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

নিউজ ডেস্ক, 1 ডিচেম্বৰঃ মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ বিশেষ কামৰ বাবে অমিত শ্বাহ এই অনুষ্ঠানত উপস্থিত নাথাকে বুলি সদৰি কৰিছে বিএচএফৰ এক সুত্ৰই ৷

উল্লেখ্য যে, অমিত শ্বাহ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল ৷ ইফালে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰী মন্ত্ৰী নিত্যানন্দ ৰায় উপস্থিত থকাৰ আশা প্ৰকাশ কৰিছে বিএচএফৰ শীৰ্ষ বিষয়াই ৷

লগতে পঢ়কঃ নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.