ETV Bharat / bharat

"ৰেড জ'ন"ৰ পৰা বাহিৰলৈ অহা হোটেল ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ

author img

By

Published : Apr 18, 2020, 9:55 AM IST

কাশ্মীৰৰ শ্ৰীনগৰৰ হোটেল ব্যৱসায়ী এজনে প্ৰশাসনৰ নিয়ম উলংঘা কৰি কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা "ৰেড জ'ন"ৰ পৰা বাহিৰ ওলোৱা বাবে আৰক্ষীয়ে দাখিল কৰিলে FIR ।

"ৰেড জ'ন"ৰ পৰা বাহিৰলৈ অহা হোটেল ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ
"ৰেড জ'ন"ৰ পৰা বাহিৰলৈ অহা হোটেল ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ

জম্মু, 18 এপ্ৰিলঃ জম্মু কাশ্মীৰ আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে কাশ্মীৰৰ প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ী এজনৰ বিৰুদ্ধে। আৰক্ষীয়ে অভিযোগ দাখিল কৰি কয় যে, "ইচ্ছাকৃতভাৱে ব্যৱসায়ীজন বাঠিণ্ডিৰ ৰেড জ'ন এলেকাৰ পৰা শ্ৰীনগৰত থকা নিজৰ ঘৰত অন্যৰ ব্যক্তিৰ সৈতে থকিবলৈ যায় ।"

আনহতে শ্ৰীনগৰ আৰক্ষীয়ে উপায়ুক্তলৈ এখন পত্ৰ লিখি ব্যৱসায়ীজনৰ ঘৰলৈ স্বাস্থ্য কৰ্মীৰ দল এটা পঠিয়াই তেওঁলোকক স্কেনিং আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই । উল্লেখ্য যে,কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ বাবে জম্মু-শ্ৰীনগৰ ঘাইপথ আংশিকভাৱে বন্ধ হৈ আছে ।

লগতে পঢ়কঃ ভাৰতত মৃত্যুতকৈ আৰোগ্যৰ সংখ্যা অধিকঃ লাভ আগৰৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.