ETV Bharat / bharat

আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত নক্সালবাদী

author img

By

Published : Oct 8, 2019, 7:15 PM IST

ছত্তিশগড়ৰ ডান্টেৱাড়া জিলাত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় এগৰাকী নক্সালবাদী ৷ সংঘৰ্ষত এগৰাকী ডিআৰজি জোৱান সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ আন এগৰাকী জোৱান নিহত হয় ৷

প্ৰতিনিধিত্বমুলক ফটো

নিউজ ডেস্ক, 8 অক্টোবৰঃ মঙলবাৰে ছত্তিশগড়ত মাওবাদীৰে সংঘৰ্ষত লিপ্ত হয় আৰক্ষী ৷ ৰাজ্যখনৰ ডান্টেৱাড়া জিলাৰ পিতেপাল গাঁৱত পুৱাৰ ভাগত সংঘৰ্ষত লিপ্ত হয় আৰক্ষী আৰু মাওবাদীৰ দলটো ৷

সংঘৰ্ষত এটা মাওবাদী নিহত হোৱাৰ লগতে এগৰাকী ডিআৰজি জোৱান সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে সংঘৰ্ষ চলি থকাৰ সময়তে আন এগৰাকী ডিআৰজি জোৱানৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ নিহত হোৱা আৰক্ষী জোৱানজন সহকাৰী কনিষ্টবল কৈলাশ নেটাম বুলি জনাইছে আৰক্ষীয়ে ৷

ডান্টেৱাড়া আৰু চুকমা জিলাৰ সীমান্তৱৰ্তী কাটেকল্যান জংঘলত মাওবাদীৰ অৱস্থিতিৰ খবৰ লাভ কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জংঘলত অভিযান চলায় আৰক্ষীৰ ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ডৰ এটা অভিযানকাৰী দলে ৷

আৰক্ষীৰ অভিযানৰ সময়তে দলটোলৈ বুলি গুলীচালনা কৰে মাওবাদীৰ দলটোৱে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে আৰু এটা মাওবাদী ঘটনাস্থলীতে নিহত হয় ৷ আনহাতে ঘন জংঘলৰ সুবিধা লৈ মাওবাদীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ সংঘৰ্ষস্থলীৰ পৰা এটা দেশীয় পিষ্টলৰ লগতে দুটা মেগজিন আৰু এছএলআৰ ৰাইফল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ZCZC
PRI GEN NAT
.RAIPUR BOM18
CG-NAXAL-ENCOUNTER
Encounter in C'garh: Naxal killed, cop dies of heart attack
         Dantewada, Oct 8 (PTI) A Naxalwas gunned down in
anencounterwith security forces in Chhattisgarh's Dantewada
district on Tuesday, a senior police official said.
         A District Reserve Guard (DRG) jawan received minor
injuries in the face-off while another personnel died of a
suspected heart attack prior to the operation, he said.
         The skirmish took place around 9 am near Pitepal
village when separate teams of security forces were out on
anti-Naxal operations, the official said.
         Based on inputs about the presence of a large number
of Maoists in Katekalyan forest area along the border of
Dantewada and Sukma districts where they were planning execute
some major attack, around 400 security personnel were sent to
the area in separate teams, he said.
         When one of the DRG squads was cordoning off a forest
area in Pitepal, the gun-battle broke out between the two
sides.
         However, ultras soon disappeared into the dense
forest, he said.
         Later, during search, the body of a Naxal was
recovered from the spot, the official said.
         Besides, a country-made pistol and two magazines each
of the Insas and SLR rifles was also recovered, he said.
         A DRG jawan received minor injuries in the gunfight
and his condition was reported to be out of danger, he said.
         Before the encounter, DRG's assistant constable
Kailash Netam, who was part of the same squad, complained of
chest pain and subsequently died, he said.
         "Prima facie, it seems Netam died of a heart attack,
but the exact cause of the death will be known after the
autopsy," he said.
         The killed ultra was yet to be identified, he added.
PTI COR TKP
GK
GK
10081337
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.