ETV Bharat / bharat

টী-২০ আৰু বিশ্বকাপ খেলাৰ অনুমতি বিচাৰি BCCI লৈ পত্ৰ প্ৰেৰণ PCB ৰ

author img

By

Published : Jun 25, 2020, 9:56 PM IST

পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ড চমুকৈ PCB য়ে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডক লিখিত আবেদন জনাই ২০২১ চনত হ'বলগীয়া টি ২০ বিশ্বকাপ আৰু ২০২৩ ত হ'বলগীয়া বিশ্বকাপ খেলাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ । লগতে ভাৰতীয় ক্ৰিকেট ব'ৰ্ড চমুকৈ BCCI ক উক্ত খেলৰ সময়ত যাতে কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত নহয় তাৰ বাবে পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ডৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছে ।

bcci-asks-for-no-terror-attack-guarantee-from-pcb
bcci-asks-for-no-terror-attack-guarantee-from-pcb

নিউজ ডেস্ক, ২৫ জুন : পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ড চমুকৈ PCB য়ে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডক লিখিত আবেদন জনাই ২০২১ চনত হ'বলগীয়া টি ২০ বিশ্বকাপ আৰু ২০২৩ ত হ'বলগীয়া বিশ্বকাপ খেলাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ । লগতে ভাৰতীয় ক্ৰিকেট ব'ৰ্ড চমুকৈ BCCI ক উক্ত খেলৰ সময়ত যাতে কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত নহয় তাৰ বাবে পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ডৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছে ।

bcci-asks-for-no-terror-attack-guarantee-from-pcb
টী-২০ আৰু বিশ্বকাপ খেলাৰ অনুমতি বিচাৰি BCCI লৈ পত্ৰ প্ৰেৰণ PCB ৰ

BCCI ৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, আইচিচি ৰ নিয়মত স্পষ্টকৈ উল্লেখ কৰা আছে যে, খেল পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰখাৰৰ কোনো ধৰণৰ হস্তক্ষেপ নাথাকিব । আৰু সেই নিয়মে ক্ৰিকেট বোৰ্ডৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব । তেনেস্থলত BCCI পাকিস্তান বোৰ্ডৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত নোহোৱাৰ বাবে লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে ।

bcci-asks-for-no-terror-attack-guarantee-from-pcb
টী-২০ আৰু বিশ্বকাপ খেলাৰ অনুমতি বিচাৰি BCCI লৈ পত্ৰ প্ৰেৰণ PCB ৰ

BCCI য়ে পাকিস্তান বোৰ্ডৰ পৰা খেল চলি থকাৰ সময়ত যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয় লগতে খোনো ধৰণৰ নীতি-নিয়ম যাতে উলংঘা নহয় তাৰ বাবে প্ৰতিশ্ৰুতি বিচাৰিছে ।

bcci-asks-for-no-terror-attack-guarantee-from-pcb
টী-২০ আৰু বিশ্বকাপ খেলাৰ অনুমতি বিচাৰি BCCI লৈ পত্ৰ প্ৰেৰণ PCB ৰ

ক্ৰিকেট বাজ নামৰ এক ইউটিব চেনেলত ৱাছিম খানে জনাইছে যে, আইচিচি ৰ আমি লিখিত আবেদন বিচাৰিছো যে, ২০২১ আৰু ২০২৩ ৰ বাবে আমাক ভাৰতত খেলাৰ ভিজা আৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ । লগতে তেওঁ আকৌ জনাই যে, বিভিন্ন ঘটনাৰ ওপৰত ভিত্তি কৰি পাকিস্তানক ভাৰতত খেলাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । গতিকে এই পত্ৰৰ জৰিয়তে আমি অন্তিম বাৰৰ বাবে অনুমতি বিচাৰিছো ।

bcci-asks-for-no-terror-attack-guarantee-from-pcb
টী-২০ আৰু বিশ্বকাপ খেলাৰ অনুমতি বিচাৰি BCCI লৈ পত্ৰ প্ৰেৰণ PCB ৰ

লগতে পঢ়ক : বিগত সময়ত বিদ্যায়তনিক দিশত জিলিকিছে সমস্যাজৰ্জৰ বিটিএডি অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.