ETV Bharat / bharat

ভূমিকম্পই জোকাৰিলে ভাৰত বাংলা সীমান্ত

author img

By

Published : Jun 3, 2020, 4:14 PM IST

বুধবাৰে ভাৰত বাংলা সীমান্তত ৪.৩ ৰিখতাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় অৱশ্যে কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই ।

erathquake at india bangladesh border
ভূমিকম্পই জোকাৰিলে ভাৰত বাংলা সীমান্ত

নিউজ ডেস্ক ,৩ জুনঃ বুধবাৰে পুৱা ৭বাজি ১০ মিনিটত ৪.৩ ৰিখটাৰ স্কেলৰ প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় ভাৰত বাংলা সীমান্তত । বতমানলৈ কোনো ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ পোৱা নাই চৰকাৰী তথ্যত ।

erathquake at india bangladesh  border
ভূমিকম্পই জোকাৰিলে ভাৰত বাংলা সীমান্ত

মেঘালয়ত ভূমিকম্পৰ প্ৰভাৱ পৰে যদিও ইয়াৰ ফলত একো ক্ষতি হোৱা নাই বুলি জনায় ৰাজ্যখনত আৰক্ষী বিষয়া এগৰাকীয়ে।

লগতে চাওকঃ চৰকাৰে নিশ্চিত কৰক ভাৰতত চীনা সেনা প্ৰৱেশ কৰিছে নে নাই!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.