ETV Bharat / bharat

Summer Beauty Hacks: কম খৰচতে এইসমূহ সামগ্ৰীৰে লওক ছালৰ যতন, জানি লওক ব্যৱহাৰৰ পদ্ধতি

author img

By

Published : Apr 24, 2023, 8:42 PM IST

আয়ুৰ্বেদৰ বেছিভাগ সামগ্ৰী আমাৰ ঘৰতে উপলদ্ধ থাকে ৷ জানো আহক গ্ৰীষ্মকালত আমাৰ ঘৰতে উপলব্ধ আয়ুৰ্বেদিক সামগ্ৰীৰে কিদৰে আমি আমাৰ সৌন্দৰ্যতা বৃদ্ধি কৰিব পাৰো ৷

Beat the summer heat with these effective ayurvedic tips
কম খৰচতে এইসমূহ সামগ্ৰীৰে লওক ছালৰ যতন, জানি লওক ব্যৱহাৰৰ পদ্ধতি

গ্ৰীষ্মকালত শাৰীৰিক স্বাস্থ্যৰ যিমান যত্ন লোৱা হয়, ছালৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ । এই বতৰত ছাল শুকান আৰু নিস্তেজ হৈ পৰে । ইয়াৰ লগতে ব্ৰেকআউটৰ কাৰণো ব্ৰণ আৰু পিম্পলছৰ সমস্যা । কিন্তু এই বতৰত আপুনি বিউটি পাৰ্লাৰলৈ নোযোৱাকৈ ঘৰতে ছালৰ যত্ন কৰিব পাৰিব । ইয়াৰ বাবে আপোনাৰ পকেটত বিশেষ প্ৰভাৱ নপৰে । এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান আয়ুৰ্বেদ সৌন্দৰ্যৰ সহায়ত আপুনি সহজেই ছালৰ যত্ন ল’ব পাৰে ।

আয়ুৰ্বেদৰ বেছিভাগ বস্তু আমাৰ ঘৰতে উপলব্ধ থাকে (How can I look beautiful in summer)। জানো আহক গ্ৰীষ্মকালত আমাৰ ছালখন উজ্বল কৰি ৰখাৰ লগতে পিম্পলছৰ পৰাও হাত সাৰি থাকিবলৈ কেইটিমান আয়ুৰ্বেদ টিপছ-

শীতল এলোভেৰা ফেচ মাস্ক

গৰমৰ দিনত এলোভেৰা ছালৰ বাবে অতি উপকাৰী । এলোভেৰা শীতল কৰা গুণৰ বাবে জনাজাত । গ্ৰীষ্মকালত ইয়াৰ ফেচ মাস্ক লগালে ছালত পিম্পল আৰু ব্ৰণ ব্ৰেকআউটৰ পৰা ৰক্ষা পৰে । এই মাস্কটো তৈয়াৰ কৰিবলৈ এচামুচ এলোভেৰা জেল,এচামুচ মৌ আৰু কেইটোপালমান গোলাপ পানী মিহলাই লওক । এই ফেচ মাস্কটো ১৫ মিনিট মুখত ৰাখিব (What is best to apply on face during summer)।

হালধি আৰু চন্দন

হালধি আৰু চন্দন দুয়োবিধ আয়ুৰ্বেদিক উপাদান যিটো ছাল পাতল কৰা গুণৰ বাবে জনাজাত । এই ফেচ স্ক্রাব বনাবলৈ চন্দন কাঠৰ গুড়ি, হালধিৰ গুড়ি আৰু পানীৰ এচামুচ মিহলাই পেষ্ট বনাওক । ইয়াৰ পিছত মিশ্ৰণটো মুখত লগাব । কিছু সময়ৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক ।

নাৰিকল তেল

ছালখন মইশ্ব’ৰাইজ কৰাৰ বাবে নাৰিকল তেল এক উত্তম বিকল্প । এই বডি বাটাৰ বনাবলৈ একাপ নাৰিকল তেল আৰু এচামুচ ভিটামিন ই মিহলাই লওক । এই মিশ্ৰণটো ফুলি উঠালৈকে মিহলাই লওক (How can I look bright in summer)। বনোৱাৰ পিছত ইয়াক এটা কাচৰ পাত্ৰত ৰাখিব পাৰে ( Summer Beauty Tips)।

মৌ আৰু ডালচেনি

মৌ আৰু দালচেনি দুয়োবিধতে প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে ছালৰ ৰঙা পৰা আৰু বিষ কম কৰাত সহায় কৰে । দুয়োটা মিহলাই (Ayurveda Beauty Tips)।

লগতে পঢ়ক: World Immunization Week: এইসমূহ ভয়াৱহ ৰোগৰ পৰা আপোনাক ৰক্ষা কৰিব টিকাকৰণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.