বিগত 24 ঘণ্টাত জম্মু কাশ্মীৰত দুটাকৈ বোমা বিস্ফোৰণ, আহত দুজন ব্যক্তি

author img

By

Published : Sep 29, 2022, 8:40 AM IST

Updated : Sep 29, 2022, 8:55 AM IST

Another mysterious blast at Udhampur

জম্মু-কাশ্মীৰৰ উধামপুৰ চহৰত বোমা বিস্ফোৰণ (Blast in Jammu and Kashmir) ৷ বিগত ৮ ঘণ্টাত জিলাখনত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ ৷

  • জম্মু-কাশ্মীৰৰ উধামপুৰ চহৰত বোমা বিস্ফোৰণ (Blast in Jammu and Kashmir)
  • বিগত ৮ ঘণ্টাত জিলাখনত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ
  • পুৱা ৬ বজাতেই উধামপুৰ চহৰৰ বাছ আস্থানত ৰখাই থোৱা এখন বাছত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণ
  • সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক (Blast hit bus in J and K)
  • ইয়াৰ পূৰ্বে বুধবাৰে নিশা ১০:৩০ বজাত উধামপুৰ চহৰৰ ডোমাইল চ’কৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত হৈছিল প্ৰথমটো বিস্ফোৰণ
  • পেট্ৰ’ল পাম্পটোত ৰাখি থোৱা এখন খালী বাছত সংঘটিত হৈছিল এই বিস্ফোৰণ
  • বিস্ফোৰণটোত আহত হৈছিল দুজনকৈ লোক
  • ইতিমধ্যে চহৰখনত কটকটীয়া কৰি তুলা নিৰাপত্তা ব্যৱস্থা
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তীব্ৰ অভিযানৰ লগতে আৰম্ভ হৈছে তদন্তৰ
    বিগত 24 ঘণ্টাত জম্মু কাশ্মীৰত দুটাকৈ বোমা বিস্ফোৰণ, আহত দুজন ব্যক্তি
Last Updated :Sep 29, 2022, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.