ETV Bharat / bharat

কোচবিহাৰত ব্যৱসায়ীক হত্যা

author img

By

Published : Apr 7, 2021, 10:41 PM IST

পশ্চিমবংগৰ কোচবিহাৰত এজন ব্যৱসায়ীক গুলীয়াই হত্যা ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠী চালনা ৷

কোচবিহাৰত ব্যৱসায়ীক হত্যা

নেচনেল ডেক্স,7 এপ্ৰিল: পশ্চিমবংগৰ কোচবিহাৰত এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰা হয় ৷ দুৰ্বৃত্তই হত্যা কৰাৰ পাছতেই কোচবিহাৰত চেপা উত্তেজনাই বিৰাজ কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাত উত্তেজিত ৰাইজে শিলাবৰ্ষণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰে ৷

লগতে পঢ়ক : চাৰিদুৱাৰৰ বনাঞ্চলত বনজুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.