লখিমপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভা LIVE - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
লখিমপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভা (undefined)

By ETV Bharat Assamese Team

Published : April 9, 2024 at 2:09 PM IST

|

Updated : April 9, 2024 at 2:36 PM IST

1 Min Read
Choose ETV Bharat
আজি লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ আজি পুৱা ১০.৩০ বজাত নতুন দিল্লীৰ পৰা এখন বিশেষ হেলিকপ্টাৰৰে অসমৰ অভিমুখে উৰা মাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ দুপৰীয়া প্ৰায় ১.৪৫ বজাত তেওঁ চুকুলীভৰীয়াত স্থাপন কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰে ।ইয়াৰ পাচত হেলিপেডৰ কাষতে আয়োজন কৰা এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ দলীয় প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচত বিয়লি ৩.২৫ বজাত হেলিকপ্টাৰযোগে তিনিচুকীয়ালৈ ৰাওনা হ’ব । তিনিচুকীয়াত চলিহা নগৰ খেলপথাৰৰ পৰা জিএনবি পথ হৈ থানা চাৰিআলিলৈকে এক বিশাল ৰেলীত অংশগ্ৰহণ কৰিব আৰু জিএনবি পথৰ কাষে কাষে ৰৈ থকা ২০ হাজাৰ লোকক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৷

Last Updated : April 9, 2024 at 2:36 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details