সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী - Ganja seized in Sarthebari - গাঞ্জা সৰবৰাহ

🎬 Watch Now: Feature Video

thumbnail
আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 23, 2024 at 10:00 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ২৩ জুন: বৰপেটা জিলাৰ সৰ্থেবাৰীত দেওবাৰে আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী । জিলাখনৰ সৰ্থেবাৰীত এটা সৰবৰাহকাৰীয়ে আজি দুপৰীয়া সৰবৰাহ কৰাৰ সময়তেই আঢ়ৈ কিলোগ্ৰাম গাঞ্জাসহ আটক কৰে । এ এছ ১৫ এএ ৭৭৩৪ নম্বৰৰ এখন দুচকীয়া বাহনেৰে এটা বস্তাত গাঞ্জাখিনি আমৃখোৱালৈকে নি থাকোতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

গাঞ্জা সৰবৰাহত জড়িত থকাৰ অভিযোগত হিৰেন ডেকা নামৰ এটা সৰবৰাহকাৰীক সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে অটক কৰে । সৰবৰাহকাৰীটোৱে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি কাৰ পৰা আনিছিল সেই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই । উল্লেখ্য় যে আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে যদিও ইয়াৰ মাজতেই অব্য়াহত এই বেহা ।  

লগতে পঢ়ক:গুৱাহাটীত 4 হাজাৰ কিঃগ্ৰাঃ গাঞ্জা জব্দ আৰক্ষীৰ

হাতীগাঁৱত ভাড়াঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details