অসম ভ্ৰমণ সামৰি দিল্লীলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদী - PM Modi in Assam

🎬 Watch Now: Feature Video

thumbnail
দিল্লীলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে (undefined)

By ETV Bharat Assamese Team

Published : February 4, 2024 at 4:39 PM IST

1 Min Read
Choose ETV Bharat

মিৰ্জা, ৪ জানুৱাৰী: অসমৰ পৰা বিদায় মাগিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সমগ্র অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰি দিল্লীলৈ গ’লগৈ প্ৰধানমন্ত্ৰী ৷ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা মুকলি সভাত জনতাক সম্বোধন কৰাৰ পিচত নাৰেংগিস্থিত ভাৰতীয় সেনা চাউনীত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী । ইয়াৰ পিছত হেলিকপ্টাৰ যোগে পোনে পোনে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ দিল্লীলৈ ৰাওনা হয় তেওঁ ।  

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক বিদায় সম্ভাষণ জনাবলৈ বিমানবন্দৰত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী যোগেন মহন, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে বিজেপিৰ কাৰ্যকর্তাসকল । উল্লেখযোগ্য যে ধাৰাপুৰৰ পৰা নাৱনির্মিত বৰঝাৰ বিমানবন্দৰৰ পথচোৱাৰ ৬ লেনযুক্ত পথৰ লগতে পলাশবাৰীত হ'বলগীয়া অসমমালা আঁচনিৰ প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই । 

লগতে পঢ়ক:  ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে বিজেপি চৰকাৰখনৰ মূল লক্ষ্য: প্ৰধানমন্ত্রী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details