ঘৰত মানি নলয় সম্পৰ্ক, একেডাল ৰচীৰে চিপ লৈ কিশোৰ-কিশোৰীৰ আত্মহত্যা - lovers committed suicide - LOVERS COMMITTED SUICIDE

🎬 Watch Now: Feature Video

thumbnail
ঘৰত মানি নলয় সম্পৰ্ক, একেডাল ৰচীতে চিপ লৈ কিশোৰ-কিশোৰীৰ আত্মহত্যা (undefined)

By ETV Bharat Assamese Team

Published : April 5, 2024 at 7:08 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 5 এপ্ৰিল : কাছাৰৰ দুধপাতীলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । একেজোপা গছতে এডাল ৰচীত চিপ লৈ একেলগে আত্মহত্যা এহাল প্ৰেমিক-প্ৰেমিকাৰ । ঘৰৰ কাষত থকা এজোপা গছত একেলগে আত্মহত্যা কৰিলে প্ৰেমিকযুগলে । 

জানিব পৰা মতে, দুধপাতীলৰ এগৰাকী কিশোৰীয়ে একে গাঁৱৰে এজন কিশোৰৰ লগত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ৷ কিন্তু তেওঁলোকৰ এই প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল দুয়োজনৰে পৰিয়ালৰ লোকে  ৷ ফলত শুকুৰবাৰে পুৱতি নিশা প্ৰেমিক-প্ৰেমিকাই ঘৰৰ কাষতে থকা এজোপা গছত এডাল ৰচীৰে চিপ লৈ আত্মহত্যা কৰে । 

আজি পুৱা স্থানীয় লোকসকলে গছত মৃতদেহ দুটা ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰ-কিশোৰীহালৰ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । এই ঘটনাই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: প্ৰচণ্ড গৰমত মৃত্যু 4 বছৰীয়া শিশুৰ - Hyderabad temperature

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details