তিতাবৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, নামঘৰত শৰাই আগবঢ়ায় ল’লে সেৱা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
নামঘৰত শৰাই আগবঢ়ায় সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 10:47 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 11 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে তিতাবৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ উজনি অসমৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তিতাবৰ জিলা নামঘৰত শৰাই আগবঢ়াই সেৱা জনালে মুখ্যমন্ত্ৰীজনে ৷

যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সন্ধিয়া তিতাবৰৰ ন-আলিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰত সেৱা লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তিতাবৰ সমষ্টিত 30 হাজাৰ ভোটত বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়িব বুলি তেওঁ কয় ৷ লগতে মুখ্যমন্ত্ৰীজনে লোকসভা নিৰ্বাচনত 13 খন আসন লাভ কৰিব বুলিও দাবী কৰে ৷ 

লগতে পঢ়ক : সৰুপথাৰত নাচি-বাগি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব' - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details