সৰুপথাৰত নাচি-বাগি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব' - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 9:55 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, 11 এপ্ৰিল : বৃহস্পতিবাৰে বিয়লি সৰুপথাৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব' ৷ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ সমৰ্থনত সহস্ৰাধিক লোকৰ উপস্থিতিত বিশাল ৰোড শ্ব' কৰে মন্ত্ৰীজনে ৷ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ নগৰৰ মাজেদি ৰোড শ্ব' কৰি ৰাইজক সম্বোধন কৰে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, সৰুপথাৰ সমষ্টিৰ পৰা এক লাখ বিশ হাজাৰ ভোট লাভ কৰিব বিজেপি প্ৰাৰ্থীজনে ৷ তেওঁ লগতে কয় যে, এতিয়া বিৰোধীৰ কোনো পৰিৱেশ নাই, চাৰিওফালে কেৱল পদুমেই ফুলিছে ৷ ইফালে এই ৰেলীৰ অন্তত সাংবাদিকৰ আগত বিজেপি মিত্ৰজোঁটে অসমত 13 খন আসন লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ 

লগতে পঢ়ক : আইন সকলোৰে বাবে সমান; ৰাহুলৰ দৰেই গুৱাহাটীত ৰোড শ্ব' কৰাত অনুমতি নাই প্ৰধানমন্ত্ৰী মোদীৰো - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details