ছেবাৰ দায়িত্বজ্ঞানহীনতা : শৈক্ষিক জীৱনলৈ অন্ধকাৰ নামিল এগৰাকী মেধাৱী শিক্ষাৰ্থীৰ - Assam HSLC Result 2024 - ASSAM HSLC RESULT 2024

🎬 Watch Now: Feature Video

thumbnail
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ (undefined)

By ETV Bharat Assamese Team

Published : April 20, 2024 at 7:17 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, 20 এপ্ৰিল : আজি ঘোষণা কৰা হ’ল উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2024ৰ ফলাফল ৷ তাৰ মাজতে ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে কলিয়াবৰত ৷ অভিযোগ মতে ছেবাৰ দায়িত্বজ্ঞানহীনতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হ'ব লগা হ'ল কলিয়াবৰৰ এজন ছাত্ৰ ৷ ছেবাৰ বিসংগতিৰ বাবেই ভুল ফলাফল লাভ কৰিলে কলিয়াবৰৰ মিছাৰ সন্দিপনী বিদ্যামন্দিৰৰ ছাত্ৰ অংকুৰ বৰাই ৷

অংকুৰ বৰাই মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সকলো বিষয়ৰ পৰীক্ষাত বহিছিল যদিও ছেবাৰ নম্বৰ তালিকাত ছাত্ৰজনে সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অনুপস্থিত বুলি দেখুৱাই অনুত্তীৰ্ণ ঘোষণা কৰা হয় ৷ ছাত্ৰজনে হিন্দী বিষয়ত লেটাৰ নম্বৰসহ আটাইকেইটা বিষয়ত 70 শতাংশৰো অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈও সমাজ অধ্যয়ন বিষয়ত অনুপস্থিত দেখুওৱাৰ বাবে অনুতীৰ্ণ হয় ফলাফলত ৷ ছেবাৰ এনে বিসংগতিৰ বাবেই এতিয়া ভাগি পৰিছে কলিয়াবৰৰ এইজন ছাত্ৰ ৷ 
 
লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল : উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং, সৰ্বনিম্ন স্থানত ওদালগুৰি - Assam HSLC Result 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details