অসম

assam

অগ্নিপথ বাতিলৰ দাবী: হোজাইত কংগ্ৰেছৰ সত্যাগ্ৰহ

By

Published : Jun 27, 2022, 10:06 PM IST

অগ্নিপথ আঁচনিৰ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছে ৷ সমান্তৰালকৈ সোমবাৰে হোজাই জিলাৰ পুলিচ পইণ্টৰ নেতাজী মূৰ্তিৰ সমীপত কংগ্ৰেছৰ নেতা কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ(Congress to protest against Agnipath scheme in Hojai) ৷ বিজেপি চৰকাৰে প্ৰতিৰক্ষা বাহিনীৰ নিযুক্তি সম্পৰ্কত বলবৎ কৰিব বিচৰা 'অগ্নিপথ' আঁচনি বাতিলৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আৰু হোজাই বিধানসভা সমষ্টিৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত 'শান্তিপূৰ্ণ সত্যাগ্ৰহ' প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ABOUT THE AUTHOR

...view details