অসম

assam

বান-খহনীয়া সমাধানৰ দাবীত মাজুলীত জিলা ছাত্ৰ সন্থাৰ গৰ্জন

By

Published : Jun 30, 2022, 5:32 PM IST

প্ৰতিবাদত উত্তাল হ’ল মাজুলী (AASU protest in Majuli) ৷ অসমৰ বান, গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা, বানৰ সময়ত কেন্দ্ৰই অসমক বিশেষ পেকেজ প্ৰদান কৰা লগতে খহনীয়াগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত বৃহস্পতিবাৰে জিলা সদৰ গড়মূৰত মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক পবিত্ৰ গোস্বামী, মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা, সভাপতি অজিৎ হাজৰিকাকে আদি কৰি শতাধিক আছু কৰ্মীয়ে অংশ গ্ৰহণ কৰে এই কাৰ্যসূচীত ।

ABOUT THE AUTHOR

...view details