অসম

assam

আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে মৰাণ মহাবিদ্যালয়ত

By

Published : Feb 5, 2022, 2:09 PM IST

()
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে উজনি অসমৰ আগশাৰী মৰাণ মহাবিদ্যালয়ত সৰস্বতী পূজাক লৈ এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে (Saraswati puja in Moran College) । বতৰ প্ৰতিকূল যদিও ক'ভিড পৰিস্থিতিৰ মাজতে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সৰস্বতী দেৱীৰ পূজাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । বতৰ কিছু ডাৱৰীয়া বাবে পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কিছু সেৰেঙা যদিও মৰাণ মহাবিদ্যালয়ত ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰীৰ ভিৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

...view details