অসম

assam

Elephant safari in Kaziranga: দুই নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী ছাফাৰী

By

Published : Nov 1, 2022, 7:38 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

দুই নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী ছাফাৰী(Elephant safari in Kaziranga)৷ পুৱা ৫:৩০ বজাত বাগৰি আৰু কহঁৰা বনাঞ্চলত আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই(Kaziranga national park)৷ কহঁৰাৰ মিহিমুখত প্ৰথম অৱস্থাত ১০ টা বিভাগীয় হাতী আৰু বাগৰীৰ ২৫ টা ব্যক্তিগত হাতীৰে আৰম্ভ হ'ব হাতী চাফাৰী ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details