অসম

assam

Drugs Peddler Arrested at Jonai : জোনাইত নিচাজাতীয় সামগ্ৰীসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Jan 4, 2023, 5:35 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

জোনাইৰ লাইমেকুৰীত বুধবাৰে TMPK আৰু জোনাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয় (Drugs at Jonai)। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো লাইমেকুৰীৰ মিৰি টাক গাঁৱৰ কিশোৰ মিলি বুলি জানিব পৰা গৈছে (Drugs peddler arrested at Jonai)। ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, ভাং, এটা এয়াৰ গান, আপত্তিজনক নথিপত্ৰ-সামগ্ৰীৰ লগতে নগদ এক লাখ ষাঠি হাজাৰ এশ বিশ টকা জব্দ হ'বলৈ সক্ষম হয় জোনাই আৰক্ষীয়ে (Intoxication seized at Jonai)৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details