অসম

assam

Har Ghar Tiranga 2022: কাজিৰঙাত শতাধিক জীপ গাড়ীত উৰিল ত্ৰিৰংগ পতাকা

By

Published : Aug 7, 2022, 8:49 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

সমাগত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস (75th years of Independence of India) ৷ স্বাধীনতা দিৱসৰ লগত সংঘতি ৰাখি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আয়োজন কৰা হৈছে ভিন্ন অনুষ্ঠান ৷ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে আয়োজন কৰা হৰ ঘৰ ত্ৰিৰংগা অনুষ্ঠানৰ প্ৰতি ব্যাপক সঁহাৰি কাজিৰঙা জীপ ছাফাৰী সন্থাৰ (Awareness Jeep Safari at Bokakhat) ৷ যাৰ বাবে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অসম পৰ্যটনৰ সহযোগত কাজিৰঙাত জীপ ছাফাৰী সন্থাই আয়োজন কৰে ‘‘ঘৰ ঘৰ ত্ৰিৰংগা’’ অভিযান (Awareness pragrame at Bokakhat)৷ স্বাধীনতা দিৱস উপলক্ষে এইবাৰ 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে অনুষ্ঠিত কৰা হ’ব এক বিশেষ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰাৰ মানসেৰে জনসাধাৰণৰ সহযোগিতা বিচাৰি বাগৰিৰ পৰা বোকাখাতলৈ বাহিৰ কৰা হয় এক সজাগতা জীপ ছাফাৰী ।
Last Updated :Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details