অসম

assam

Asom Divas 2022 : যোৰহাটৰ মেলেঙত অসম দিৱস উদযাপন

By

Published : Dec 2, 2022, 3:02 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ(Tai Ahom Students Union) মেলেং আঞ্চলিক সমিতিৰ উদ্যোগতো অসম আৰু অসমীয়া জাতিৰ পিতৃ পুৰুষ স্বৰ্গদেউ চাওলুং চ্যুকাফা দিৱস তথা অসম দিৱস আজি উদযাপন কৰা হয় (Asom Divas at Meleng Jorhat)। কাৰ্যসূচী অনুসৰি প্ৰতীকি মৈদামত মৈদাম তৰ্পণ কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কুমুদ গগৈয়ে ৷ ৬০০ বছৰ ৰাজত্ব কৰি বৰ-অসম গঢ়াৰ অন্যতম খনিকৰ স্বৰ্গদেউ চ্যুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে টীয়ক প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল প্ৰতীম বৰুৱাই আৰু তাৰ পাছতে উপস্থিত সকলোৱে পুষ্পাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
Last Updated :Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details