অসম

assam

চাওকঃ ট্ৰাম্পৰ মুল বাণিজ্যিক ভাষণ

By

Published : Feb 25, 2020, 11:27 PM IST

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ 36 ঘন্টীয়া প্ৰথম চৰকাৰী ভ্ৰমণত ভাৰত-আমেৰিকাৰ দ্বি-পাক্ষিক চুক্তি সম্পৰ্কত আলোচনা কৰে ৷ বাণিজ্যিক আৰু সামৰিক ক্ষেত্ৰত চুক্তিৰ ক্ষেত্ৰ সম্পৰ্কত মোডীৰ সৈতে ট্ৰাম্পে পৰ্যালোচনা কৰে ৷ এই সম্পৰ্কে সবিশেষ এই ভিডিঅ’ত উপভোগ কৰক-

ABOUT THE AUTHOR

...view details