অসম

assam

জামুগুৰিহাটৰ ভৱেন বৰালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’

By

Published : Aug 16, 2019, 11:01 AM IST

Updated : Aug 16, 2019, 11:07 AM IST

২০১৯ বৰ্ষৰ "শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান কৰা হ'ব জামুগুৰিহাটৰ শিল্পী তথা সাহিত্যিক ভৱেন বৰাক ৷ শুকুৰবাৰে এই বঁটা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’ৰ বাবে বাচনি কৰাৰ বাবে আনন্দ প্ৰকাশ সাহিত্যিকগৰাকীৰ ৷

"শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান কৰা হ'ব ভৱেন বৰাক

চতিয়া,16আগষ্ট : জামুগুৰিহাটৰ শিল্পী তথা সাহিত্যিক ভৱেন বৰালৈ প্ৰদান কৰা হ’ব ২০১৯ বৰ্ষৰ "শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা" ৷ বিশিষ্ট কবি, সাহিত্যিক,গল্পকাৰ, চিত্ৰকাৰ, নৃত্যবিদ আৰু সমাজ সংগঠক শোণিত কোঁৱৰ গজেন বৰুৱা দেৱৰ স্মৃতিত ঘোষণা কৰা হয় এই বঁটা ৷ শুকুৰবাৰে সাহিত্যিক ভৱেন বৰাক এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ "শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা" ঘোষণা হোৱাৰ পাছতেই নিজকে ধন্য় বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে ৷

"শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’’ৰে সন্মানিত কৰা হ'ব ভৱেন বৰাক
Intro:অসম চৰকাৰে জামুগুৰিহাটৰ সু-সন্তান তথা একেধাৰে কবি,সাহিত্যিক,গল্পকাৰ,চিত্ৰকৰ,নৃত্যবিদ আৰু সমাজ সংগঠক শোণিত কোঁৱৰ গজেন বৰুৱা দেৱৰ স্মৃতিত ঘোষণা কৰা "শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা" এইবাৰ ২০১৯ বৰ্ষত এই বটাঁৰ বাবে নিৰ্বাচিত কৰিছে জামুগুৰিহাটৰে শিল্পী,সাহিত্যিক ভৱেন বৰাক ৷Body:আজি দুপৰীয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জামুগুৰি হাটত এই বটাঁ প্ৰদান কৰিব শিল্পী,সাহিত্যিক ভৱেন বৰাক ৷Conclusion:বটাঁ লাভৰ কিছু সময় পূৰ্বে বটাঁ প্ৰাপক ভৱেন বৰাৰ লগত তেখেতৰ বাসগৃহত ই টিভি অসমৰ হৈ এক সাক্ষ্যাতকাৰ-

Byte 1,2 - বটা প্ৰাপক ভৱেন বৰা ৷

Pransankar bhuyan
Sootea
Etv bharat (Assam)
16/8/2019
Last Updated :Aug 16, 2019, 11:07 AM IST

ABOUT THE AUTHOR

...view details