অসম

assam

Rhino died in Kaziranga: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

By

Published : Oct 13, 2022, 10:28 AM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ এটা গঁড়ৰ মৃতদেহ (Rhino died in Kaziranga National Park) ৷ বাৰ্ধক্যজনিত কাৰণত স্বাভাৱিক মৃত্যু গঁড়টোৰ (Rhinoceros Body recovered) ৷ বন বিভাগে সংগ্ৰহ কৰিছে বয়সীয়াল গঁড়টোৰ খৰ্গ ৷

rhino-died-in-kaziranga-national-park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ এটা গঁড়ৰ মৃতদেহ (Rhino died in Kaziranga National Park)
  • বাৰ্ধক্যজনিত কাৰণত স্বাভাৱিক মৃত্যু গঁড়টোৰ (Rhinoceros Body recovered)
  • বন বিভাগে সংগ্ৰহ কৰিছে বয়সীয়াল গঁড়টোৰ খৰ্গ
  • সচৰাচৰ পৰ্যটক তথা বন বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল গঁড়টোৱে

ABOUT THE AUTHOR

...view details