অসম

assam

বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Aug 31, 2022, 7:15 AM IST

Updated : Aug 31, 2022, 12:53 PM IST

বৰপেটাত শিহৰণকাৰী ঘটনা (Road Accident in Barpeta) ৷ এজন লোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ'ল বাছৰ চকা ৷ থিতাতে মৃত্যু লোকজনৰ ৷

road-accident-in-barpeta
বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনা

  • বৰপেটাত শিহৰণকাৰী ঘটনা
  • এজন লোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ'ল বাছৰ চকা (Spot Dead)
  • ফলত থিতাতে মৃত্যু হয় লোকজনৰ (Road accident)
  • বৰপেটা প্ৰেছক্লাৱৰ সমীপৰ ৰাইনো ক্লাৱৰ সন্মুখত পথৰ দাঁতিত ফল-মূল বিক্ৰী কৰিছিল লোকজনে
  • মন্দিয়াৰ পৰা বৰপেটালৈ আহি থকা ৰিছান নামৰ আলট্ৰা বাছখনে মহতিয়াই নিয়ে লোকজনক
  • মৃত লোকজন বৰপেটা চহৰৰ ফাটাহাটীৰ মুনি ওঁজা বুলি জানিব পৰা গৈছে
    বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন
Last Updated : Aug 31, 2022, 12:53 PM IST

ABOUT THE AUTHOR

...view details