অসম

assam

যোৰাবাটত আয়কৰ বিভাগৰ অভিযান

By

Published : Feb 19, 2020, 7:24 PM IST

যোৰাবাটৰ দুটাকৈ কোম্পানীত বুধবাৰে ৰাতিপুৱাৰে পৰাই অভিযান চলায় আয়কৰ বিভাগে ৷ আৰক্ষীৰ বৃহৎ দল লগত লৈ এই অভিযান চলাইছে আয়কৰ বিভাগে ৷

Income Tax department Raid at Jorabat in Guwahati
যোৰাবাটত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : যোৰাবাটত বুধবাৰে ৰাতিপুৱাৰে পৰাই আয়কৰ বিভাগৰ বৃহৎ অভিযান ৷ আয়কৰ ফাঁকি দিয়াৰ বাবেই এইদৰে অভিযান চলাইছে আয়কৰ বিভাগে ৷ যোৰাবাটৰ 12মাইলস্থিত দুটাকৈ কোম্পানীত চলিছে এই অভিযান ৷

যোৰাবাটত আয়কৰ বিভাগৰ অভিযান

কমৰ হাৰলালক মালিকানাধীন প্ৰাইড কোক আৰু প্ৰাইম মাষ্টাৰ্ড অইল কোম্পানীত চলিছে এই অভিযান ৷ ৰাতিপুৱাৰে পৰাই আৰক্ষীৰ বৃহৎ দল লগত লৈ এইদৰে অভিযান চলাইছে আয়কৰ বিভাগে ৷

ABOUT THE AUTHOR

...view details