ৰঙিয়াত সন্ধানহীন দুই যুৱকক বিচাৰি অভিযানত নামিল ভৱেশ কলিতা

By

Published : Jun 19, 2022, 10:18 PM IST

thumbnail

দেওবাৰে ৰঙিয়াত বাঢ়নী পানীয়ে (Flood at Rangia) উটুৱাই লৈ গ’ল দুজনকৈ কিশোৰক ( 2 Boys Swept Away by Flood Waters in Rangia) । সন্ধানহীন হোৱা কিশোৰ দুজন হৈছে চাপনীয়াৰ সতীশ দাসৰ পুত্ৰ জুমন দাস (১৫) আৰু চেপ্তিৰ হেমেন দাসৰ পুত্ৰ হিমাংশু দাস (১৫)৷ ইতিমধ্যে ঘটনাস্থলীত স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত হৈ এচডিআৰ‌এফ বাহিনীৰ সৈতে উদ্ধাৰ অভিযান চলায় (SDRF is carrying out extensive search and rescue operations) । লগতে ৰঙিয়াৰ বান বিধ্বস্ত এলেকাৰ লগতে আশ্ৰয় শিবিৰত উপস্থিত হৈ একাংশ শিবিৰত তিৰপাল বিতৰণ কৰাৰ ব্যৱস্থা কৰে বিধায়কগৰাকীয়ে (MLA Bhabesh Kalita visited flood effected area of Rangia) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.