ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন

By

Published : Jul 12, 2021, 3:34 PM IST

thumbnail

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত চাৰিজন আৰক্ষী গুৰুতৰভাবে আহত । বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । AS-19M 2437 নম্বৰৰ S-cross মডেলৰ এখন চাৰিচকীয়া বাহন আৰু বিপৰীত দিশৰ পৰা আহি থকা AS-17K 5931 নম্বৰৰ টাটা চুম’ৰ মাজত মুখামুখি সংঘৰ্ষ হয় । AS-17K 5931 নম্বৰৰ বাহন খনত চালকৰ উপৰিও আন চাৰি গৰাকী আৰক্ষীৰ লোক আছিল ৷ দুৰ্ঘটনাটোত চাৰি গৰাকীকৈ আৰক্ষী গুৰুতৰভাৱে আহত হয় । আহত আৰক্ষীৰ লোক সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.