Nimati Majuli ferry service: যিকোনো মূৰ্হুতত বন্ধ হ’ব পাৰে নিমাতী মাজুলী ফেৰী সেৱা

By

Published : Oct 12, 2022, 10:33 AM IST

thumbnail

আহিনৰ বানত ডুব গৈছে ফেৰী ঘাট । এনে ক্ষেত্ৰত যিকোনো মূৰ্হুতত বন্ধ হ’ব পাৰে নিমাতী মাজুলী ফেৰী সেৱা (Nimati Majuli ferry service will be stopped ) ৷ যোৱা কেইবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ (Ferry service may closed due to heavy rain)। বাঢ়নীপানীয়ে বুৰাই পেলাইছে ফেৰী থোৱা ৰেম্পসমূহো । ফলত যিকোনো সময়ত বন্ধ হ’ব পাৰে মাজুলী-নিমাতীৰ মাজত চলাচল কৰা ফেৰী সেৱা । অৱশ্যে এনে অৱস্থাতো বৰ্তমানেও অব্যাহত আছে ফেৰীসেৱা ৷ কেৱল চাৰিচকীয়া বাহন পাৰাপাৰ হোৱাতহে বাধা প্ৰদান কৰিছে জিলা প্ৰশাসনে । আনহাতে যাত্ৰী আৰু বাইক পাৰাপাৰ হৈছে ফেৰীসমূহেৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.