লাহৰীঘাটত অন কেমেৰা খহি পৰিল এটা গৃহ

By

Published : Jun 17, 2022, 9:31 PM IST

thumbnail

অন কেমেৰা খহি পৰিল চিকিৎসা কেন্দ্ৰৰ এটা গৃহ (Medical center collapse in Laharighat) ৷ লাহৰীঘাটৰ টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্ছৰ আৱাস গৃহটি নিমিষতে খহি পৰে । কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চিকিৎসা কেন্দ্ৰটোৰ গাতে লাগি থকা কুইমাৰি বিলত আৰম্ভ হৈছে ভয়াৱহ খহনীয়াৰ (Erosion in laharighat)। বিলৰ খহনীয়াৰ ফলত নিমিষতে অন কেমেৰা খহি পৰে আৱাস গৃহটো । অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ভাবুকি আহি পৰিব চিকিৎসা কেন্দ্ৰটোলৈকো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.