জখলাবন্ধাত সুৰাসহ আটক এজন

By

Published : Sep 28, 2022, 11:08 AM IST

thumbnail

দূৰ্গোৎসৱৰ প্ৰাকক্ষণত সুৰাৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে জখলাবন্ধাত আৰক্ষীৰ অভিযান ৷ মঙলবাৰে নিশা জখলাবন্ধা চহৰৰ মাজমজিয়াৰ এখন দোকানৰ পৰা জব্দ অবৈধঙাৱে মজুত ৰখা বুজন পৰিমাণ সুৰা (Illegal Liquor Seized at Kaliabor) ৷ জখলাবন্ধাৰ মাণিক খান নামৰ এজন ব্যৱসায়ীৰ পাণ-দোকানত অভিযান চলাই জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণ দেশী-বিদেশী সুৰা । পান-দোকানত অবৈধভাবে মজুত কৰা বিলাতী সুৰাৰ লগতে চুলাই মদো জব্দ কৰে আৰক্ষীয়ে । লগতে জখলাবন্ধা আৰক্ষীয়ে আটক কৰে পান-দোকানখনৰ গৰাকী মাণিক খানক । দীৰ্ঘদিন ধৰি মানিক খানে অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.