লখিমপুৰৰ ভোট কেন্দ্ৰত 'কা' বিৰোধী প্ৰতিবাদ

By

Published : Mar 27, 2021, 2:58 PM IST

thumbnail

বিহপুৰীয়া সমষ্টিৰ ভোলাবৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ ৷ টাই আহোম যুৱ পৰিষদৰ লখিমপুৰ জিলাৰ উপ-সভাপতি ঘনকান্ত গোহাঁইয়ে ভোটদান কৰিয়েই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ গামোচাত 'EVM ত বুটাম টিপি পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি' বুলি শ্ল'গান লিখি 'কা' বিৰোধীতাৰে কা আন্দোলনত শ্বহীদ হোৱা ৫ জন অসমীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে নেতাগৰাকীয়ে ৷ ভোটদানৰ পূৰ্বে পাঁচ শ্বহীদক স্মৰণ কৰিবলৈ আহ্বান জনালে সকলোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.