ঐতিহাসিক শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি

By

Published : Oct 6, 2021, 10:19 AM IST

thumbnail

বজালী জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়(Parihareswar Devalaya)ত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলিও উদযাপন কৰা হ’ব দুৰ্গা পূজা(Durga Puja) । 16 শতিকাৰ পৰাই ৰাণী ফুলেশ্বৰীয়ে এই স্থানত আৰম্ভ কৰা দুৰ্গা পূজা এই বৰ্ষত 9 দিনীয়াকৈ উদযাপন কৰা হ’ব । সম্পূৰ্ণ ক’ভিড(Covid) বিধি মানি এই দেৱালয়ত উদযাপন কৰিবলগীয়া দুৰ্গা পূজাখনত সপ্তমী আৰু নৱমীৰ দিনাখন বলি বিধান প্ৰথাৰে দেৱীক আৰাধনা কৰা হ’ব । ৰাণী ফুলেশ্বৰীয়ে দান কৰা দুর্গাৰ মূৰ্তি দেৱালখনত আজিও বিদ্যমান । এই সন্দৰ্ভত চাওক দেৱালয়ৰ পৰা সংবাদদাতা নিৰ্মল ৰয়ৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.