80 নং মৰিগাঁও বিধানসভা সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ

By

Published : Mar 25, 2021, 12:48 PM IST

thumbnail

ৰাজ্যৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 80 নং মৰিগাঁও বিধানসভা সমষ্টি ৷ বিজেপিৰ দখলত থকা সমষ্টিটোত বিধায়ক ৰমাকান্ত দেউৰীক এইবাৰো বিজেপি দলে প্ৰৰ্থীত্ব প্ৰদান কৰিছে ৷ বিধায়ক ৰমাকান্ত দেউৰীৰ অধীনত থকা সমষ্টিটোত বিগত পাঁচ বছৰত 80 নং মৰিগাঁও বিধানসভা সমষ্টিত কি উন্নয়ন হ'ল ? বিগত পাঁচ বছৰীয়া শাসন কালত সাধাৰণ ভোটাৰ ৰাইজে কি পালে কি নাপালে ? বিজেপি চৰকাৰৰ পাঁচ বছৰৰ শাসনকালক লৈ মৰিগাঁৱৰ সাধাৰণ ভোটাৰ ৰাইজ সন্তুষ্ট নে ? কি আশা-প্ৰত্যাশা তেওঁলোকৰ ? সকলো দিশ সামৰি সবিশেষ চাওঁক এই সংখ্যাৰ জনতাৰ কণ্ঠত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.