আকৌ বিস্ফোৰণ সত্যৰঞ্জন বৰাৰ : হিমন্ত বিশ্ব শৰ্মা মানেই হিন্দুত্ববাদ নহয় !

By

Published : Apr 6, 2021, 8:30 AM IST

thumbnail

সময়ে সময়ে বিভিন্ন মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰি অহা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই পুনৰ মুখ খুলিছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আগে আগে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক মুছলমানৰ ভোট নালাগে বুলি মন্তব্য কৰাৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বিজেপিয়ে কিয় মুছলমানৰ ভোট খুজিব লগীয়া হ'ল বুলি বৰাই প্ৰশ্ন উত্থাপন কৰে ৷ ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সত্যৰঞ্জন বৰাই কয়, "বিজেপিয়ে কোৱাৰ দৰে এই নিৰ্বাচন কোনো অসমীয়া সভ্যতা, সংস্কৃতিৰ যুঁজ নহয় । এয়া ৰাজনৈতিক যুঁজ । ক্ষমতাৰ যুঁজ ।" ড৹ হিমন্ত বিশ্ব শৰ্মা মানেই হিন্দুত্ববাদ নহয় বুলিও তেওঁ মন্তব্য কৰে ‌। আৰু কি কি বিস্ফোৰক মন্তব্য কৰিলে সত্যৰঞ্জন বৰাই । সবিশেষ চাওক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.